पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অভেদ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অভেদ   বিশেষ্য

अर्थ : এক হোৱা অৱস্থা বা ভাব:দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰা আমাৰ পৰম কর্তব্য

उदाहरणे :

समानार्थी : একতা, একত্ব, একাত্মতা, ঐকাত্ম্য, ঐক্য, ঐক্যবদ্ধতা, সংহতি

अर्थ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ

उदाहरणे : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়

समानार्थी : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, একতা, একৰূপতা, ঐক্য, তুল্যতা, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য

অভেদ   বিশেষণ

अर्थ : যি ভিন্ন নহয়

उदाहरणे : তেওঁলোকৰ অভিন্ন যোৰাটো দেখি সকলো আনন্দিত হৈ পৰে

समानार्थी : অপৃথক, অভিন্ন

अर्थ : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়

उदाहरणे : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল

समानार्थी : অচ্ছেদ্য, অভেদনীয়, অভেদ্য, দুর্ভেদ্য

चौपाल