सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মনৰ ভাল লগা ভাব
उदाहरणे : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
समानार्थी : ইচ্ছা, পছন্দ, ৰুচি
अर्थ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি
उदाहरणे : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল
समानार्थी : আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি
अर्थ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
उदाहरणे : এইখন মোৰ অতি প্রিয় গ্রন্থ
समानार्थी : পছন্দ, প্রিয়, ভাল লগা, ৰুচি
स्थापित करा