सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ইচ্ছাৰে পূর্ণ ্বা যাৰ বহুত ইচ্ছা আছে
उदाहरणे : পৌৰাণিক যুগত ইচ্ছুক অসুৰে নিজৰ ইচ্ছাপূৰণৰ কাৰণে ভগৱান শিৱৰ আৰাধনা কৰিছিল
समानार्थी : আকাংক্ষী, আকাংঙ্খী, ইচ্ছুক
अर्थ : যি কোনো বস্তু আদি পাবলৈ ইচ্ছা কৰে
उदाहरणे : ৰাম এই কিতাপখন লʼবৰ কাৰণে ইচ্ছুক
समानार्थी : আকাংক্ষী, ইচ্ছুক
स्थापित करा