पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অভিযোগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অভিযোগ   বিশেষ্য

अर्थ : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য

उदाहरणे : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে

समानार्थी : আৰোপ, গোচৰ

अर्थ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

उदाहरणे :

समानार्थी : অনুযোগ, দোষাৰোপ, দোষাৰোপন, দোষী, নালিছ

अर्थ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

उदाहरणे : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

समानार्थी : অনুযোগ, দায়ীকৰা-, দোষ, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ

अर्थ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

उदाहरणे : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

समानार्थी : আপত্তি, ওজৰ, ওজৰ-আপত্তি

অভিযোগ   বিশেষণ

अर्थ : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত

उदाहरणे : তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে

समानार्थी : অপবাদযুক্ত

चौपाल