अर्थ : জ্ঞানৰ সেই শাখা, যাৰ অন্তর্গত ্ চাৰিত্রিক সমস্যাসমূহৰ কাৰণে বিজ্ঞান বা কলাত বৈজ্ঞানিক জ্ঞানৰ প্রয়োগ কৰা হয়
उदाहरणे :
আমাৰ অঞ্চলতো এখন অভিযান্ত্রিক প্রতিষ্ঠান আৰম্ভ হৈছে
समानार्थी : ইঞ্জিনিয়েৰিং
अर्थ : যান্ত্রিক কলা-কৌশল বিষয়ক বা যন্ত্র প্রয়োগ সম্বন্ধীয়
उदाहरणे :
ৰাজ্যিক শিক্ষামন্ত্রীয়ে আমাৰ চহৰত এখন কাৰিকৰি প্রতিষ্ঠানৰ উন্মোচন কৰিলে
समानार्थी : ঔদ্যোগিক, কাৰিকৰি, প্রযুক্তিবিদ্যাগত, প্রায়োগিক