सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কোনো কথা কʼবলৈ বা কাম কৰিবলৈ সংকোচবোধ নকৰে
उदाहरणे : কবিৰ অভদ্র মানুহ আছিল
समानार्थी : অমার্জিত, অশিষ্ট, অসভ্য, হুটা, ৰুঢ়
अर्थ : যিজন সভ্য নহয়
उदाहरणे : তুমি কিয় অসভ্যৰ দৰে থাকা ?
समानार्थी : অভব্য, অশালীন, অশিষ্ট, অসভ্য, জঠংমঠং
स्थापित करा