सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ব্যৱস্থাৰ অভাৱ
उदाहरणे : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
समानार्थी : গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল
अर्थ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
उदाहरणे : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
समानार्थी : গণ্ডগোল, গোলমাল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা
स्थापित करा