सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ব্যাকৰণত যি পদে দুটা শ্্ব্দ বা বাক্যৰ মাজত বহি সেই দুটা শ্্ব্দ বা বাক্যক জোৰা লগায়
उदाहरणे : তথা, আৰু আদি সংযোজক অব্যয়
समानार्थी : সংযোজক, সংযোজক অব্যয়
अर्थ : সদায় থাকোতা
उदाहरणे : ঈশ্বৰ শাশ্বত
समानार्थी : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
स्थापित करा