सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ বোধ শক্তি নাই
उदाहरणे : প্রকৃতিত বহুত অবোধ প্রাণী আছে
समानार्थी : অবোধগম্য
अर्थ : যাৰ বুদ্ধি নাই বা বুদ্ধি কম
उदाहरणे : মূর্খই ্অবাবত তর্ক কৰে
समानार्थी : অহম্মক, গোটগৰু, দগধা, নির্বোধ, বুদ্ধিহীন, বুর্বক, ভোদা, মূর্খ, মূৰুখ
अर्थ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
उदाहरणे : অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
समानार्थी : অজ্ঞানী, অন্ধ, অবিবেকী, বিবেকশূন্য, বিবেকহীন
स्थापित करा