सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অলপো জিৰণি নোলোৱাকৈ বা ক্রমভঙ্গ নকৰাকৈ
उदाहरणे : শচীনে অবিৰতভাৱে ছয় মাৰি আছে
समानार्थी : অনবৰত, নিৰন্তৰ
अर्थ : যি কেতিয়াও সমাপ্ত নহয়
उदाहरणे : প্রকৃতি ভগৱানৰ অন্তহীন বিস্তাৰ
समानार्थी : অনন্ত, অন্তহীন
अर्थ : নিৰন্তৰ হৈ থকা
उदाहरणे : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
समानार्थी : অনবৰত, অবিৰাম, ধাৰাসাৰ
स्थापित करा