पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অবিশ্বাসী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অবিশ্বাসী   বিশেষ্য

अर्थ : যিজন ব্যক্তি বিশ্বাসৰ পাত্র নহয়

उदाहरणे : আধুনিক যুগত অবিশ্বাসী ব্যক্তিক চিনি পাবলৈ কঠিন

समानार्थी : অবিশ্বাসী ব্যক্তি

অবিশ্বাসী   বিশেষণ

अर्थ : যিজনৰ বিশ্বাস নাই বা যিয়ে কাকো বিশ্বাস নকৰে

उदाहरणे : তেওঁ এজন অবিশ্বাসী লোক, তেওঁক বুজাই একো লাভ নাই

समानार्थी : অবিশ্বস্ত, অসঞ্জাতী, ফাত্রা, বিশ্বাস নাইকিয়া

अर्थ : যাৰ ওপৰত বিশ্বাস নাই বা যাক বিশ্বাস কৰিব নোৱাৰি

उदाहरणे : এইটো অবিশ্বাস্য কথা

समानार्थी : অপ্রত্যয়জনক, অবিশ্বসনীয়, অবিশ্বস্ত, অবিশ্বাসযোগ্য, অবিশ্বাস্য, অসঞ্জাতী, আস্থাহীন, বিশ্বাসহীন, সঞ্জাতহীন

चौपाल