अर्थ : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
उदाहरणे :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
समानार्थी : অল্পবিকশিত
अर्थ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
उदाहरणे :
এই কামটো নতুন মানুহেও কৰিব পাৰে
समानार्थी : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু