अर्थ : যিটো আৱশ্যক নহয়
उदाहरणे :
তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
समानार्थी : অদৰকাৰী, অনাৱশ্যকীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
अर्थ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
उदाहरणे :
এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
समानार्थी : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ