अर्थ : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
उदाहरणे :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
समानार्थी : অন্যমনস্কতা, উদাসী, উদাসীনতা
अर्थ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
उदाहरणे :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
समानार्थी : অসন্তুষ্টি, অসন্তোষ