सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ সমকক্ষ আৰু কোনো নাই
उदाहरणे : বাঃ! কি অনুপম দৃশ্য
समानार्थी : অতুলনীয়, অদ্বিতীয়, অনন্যসাধাৰণ, অনুপম, অনুপমিত, অপূর্ব, অপ্রতিম, অভূতপূর্ব, অসাধাৰণ, উপমাবিহীন, উপমাহীন, উপমাৰহিত, নিৰুপম, প্রকৃষ্ট, সর্বশ্রেষ্ঠ, সর্বোত্তম
अर्थ : যিটো হিচাপতকৈ কম
उदाहरणे : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
समानार्थी : অপ্রচুৰ, অলপ, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
स्थापित करा