सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ সীমা নাই
उदाहरणे : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
समानार्थी : অপৰিসীম, অবাধ, অসীম, সীমাহীন
अर्थ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
उदाहरणे : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
समानार्थी : অগাধ, অতল, অপৰিসীম
अर्थ : যাৰ ওচৰলৈ পৰা নাযায়
उदाहरणे : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
समानार्थी : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
अर्थ : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
उदाहरणे : সৃষ্টি অপৰিমিত সম্পদৰ খনি
समानार्थी : অপৰিমিত, অমাপনীয়
स्थापित करा