सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কমি যোৱা অৱস্থা বা ভাব
उदाहरणे : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
समानार्थी : অকুলন, অপর্যাপ্ততা, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব
स्थापित करा