पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অপযশ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অপযশ   বিশেষ্য

अर्थ : গালি পৰা কার্য ্বা ভাব

उदाहरणे : পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল

समानार्थी : অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, তিৰস্কাৰ, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি

अर्थ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ

उदाहरणे : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়

समानार्थी : কলংক, কালিমা, দাগ, লাঞ্ছনা

अर्थ : কুখ্যাত হোৱাৰ অৱস্থা বা ভাব

उदाहरणे : ডকাইত হিচাপে ৰত্নাকৰ বদনামী পোৱাৰ বিপৰীতে ঋষি বাল্মীকি হিচাপে অধিক খ্যাতি লাভ কৰিছিল

समानार्थी : অপকীর্তি, কুকীর্তি, কুখ্যাতি, দুর্নাম, বদনামী

चौपाल