अर्थ : হেৰুওৱা বা লোকচান ভৰা কার্য
उदाहरणे :
ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল
अर्थ : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য
उदाहरणे :
চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়
अर्थ : অনাহক আৰু অধিক খৰচ
उदाहरणे :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
समानार्थी : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি