सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মনোযোগ দি চোৱা কার্য
उदाहरणे : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে
अर्थ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য
उदाहरणे : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল
समानार्थी : অনুসন্ধান, এষণা, গৱেষণা
अर्थ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য
उदाहरणे : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে
समानार्थी : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ
स्थापित करा