अर्थ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
उदाहरणे :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
समानार्थी : অজ্ঞতা, অজ্ঞানতা, জ্ঞানহীনতা, মূঢ়তা
अर्थ : আন্ধাৰেৰে ভৰা
उदाहरणे :
ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল
समानार्थी : অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত