अर्थ : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি
उदाहरणे :
অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে
अर्थ : যিজনে চকুৰে দেখা নাপায়
उदाहरणे :
শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে
समानार्थी : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন
अर्थ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
उदाहरणे :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
समानार्थी : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন