सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পৃথিৱী আৰু আন গ্রহ বা নক্ষত্রৰ মাজৰ স্থান
उदाहरणे : আজিও অন্তৰীক্ষৰ বিষয়ে বৈজ্ঞানিকসকলে অনুসন্ধান চলাই আছে
समानार्थी : ্অর্ণৱ
अर्थ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
उदाहरणे : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
समानार्थी : অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
स्थापित करा