सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য
उदाहरणे : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
समानार्थी : অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
अर्थ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
उदाहरणे : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
समानार्थी : ইতি, উপসংহাৰ, শেষ, সমাপ্তি
अर्थ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
उदाहरणे : কলিযুগত অন্ত নিশ্চিত
समानार्थी : অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং
अर्थ : যি সকলোৰে পিছত হয়
उदाहरणे : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
समानार्थी : অন্তিম, অন্ত্য, চৰম, শেষ
स्थापित करा