पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অনুৰোধ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অনুৰোধ   বিশেষ্য

अर्थ : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য

उदाहरणे : কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়

अर्थ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ

उदाहरणे : দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে

समानार्थी : ফৰমাইচ

अर्थ : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন

उदाहरणे : চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে

समानार्थी : প্রার্থ্্না, মিনতি

অনুৰোধ   বিশেষণ

अर्थ : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা

उदाहरणे : আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ

चौपाल