सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
उदाहरणे :
समानार्थी : অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ, হুবহু
अर्थ : এই ধৰণৰ
उदाहरणे : এনেকুৱা মোনা মোৰ ওচৰতো আছে
समानार्थी : এই প্রকাৰৰ, এনেকুৱা, সদৃশ, হুবহু
अर्थ : যিটো কিহবাৰ অনুৰূপ
उदाहरणे : আপোনাৰ অনুকূলে কাম কৰিবলৈ মোৰ হাতত ক্ষমতা নাই
समानार्थी : অনুকূল, অনুসৰি, মাফিক
स्थापित करा