सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিকৃষ্ট হোৱাৰ ভাব বা অৱস্থা
उदाहरणे : আপোনাৰ এই বেয়া কাম-বনে নিকৃষ্টতাহে বুজায়
समानार्थी : অধমতা, অধমত্ব, অপকর্ষ, নিকৃষ্টতা, মন্দত্ব
अर्थ : নিকৃষ্টতম হোৱা অৱস্থা বা ভাব
उदाहरणे : এনেকুৱা ব্যৱহাৰেৰে আপুনি নিজৰ নিকৃষ্টতাৰহে পৰিচয় দিলে
समानार्थी : অপকর্ষ, নিকৃষ্টতা
स्थापित करा