अर्थ : কাৰোবাৰ পিছত যোৱা কার্য
उदाहरणे :
লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
समानार्थी : অনুগমন কৰা, পিছত যোৱা
अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
उदाहरणे :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
समानार्थी : অনুকৰণ কৰা, নকল কৰা