अर्थ : যিয়ে গৱেষণা বা অন্বেষণ কৰে
उदाहरणे :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
समानार्थी : অন্বেষক, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
अर्थ : যি অনুসন্ধানৰ সৈতে জড়িত
उदाहरणे :
মই অনুসন্ধানী কাহিনী পঢ়িবলৈ ভালপাওঁ
समानार्थी : অনুসন্ধানাত্মক, সন্ধানমূলক, সন্ধানী