पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অনুসন্ধান शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অনুসন্ধান   বিশেষ্য

अर्थ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

उदाहरणे : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

समानार्थी : তালাচী, বিচাৰ

अर्थ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য

उदाहरणे : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল

समानार्थी : অন্বেষণ, এষণা, গৱেষণা

अर्थ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

उदाहरणे : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

समानार्थी : অন্বেষণ, তদন্ত, বিচাৰ, বুজ

अर्थ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

उदाहरणे : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

समानार्थी : বিচাৰ, সম্পৰীক্ষা

अर्थ : অবৈধ বস্তু বা কোনো ব্যক্তি আদিক ধৰিবৰ কাৰণে পুলিচ বা চৰকাৰী বিভাগৰ দ্বাৰা হঠাৎ কৰা বিচাৰ

उदाहरणे : আজি পুলিচে মহাজন কৰোৰীমলৰ ঘৰত অনুসন্ধান চলালে

चौपाल