अर्थ : অনুশাসন সম্বন্ধীয়
उदाहरणे :
সংস্থাৰ ভ্রষ্টাচাৰী সভ্যসকলৰ বিৰুদ্ধে অনুশাসনমূলক কার্য্যবাহী ব্যৱস্থা লোৱা হʼব
समानार्थी : অনুশাসনিক
अर्थ : অনুশাসনৰ সৈতে যুক্ত
उदाहरणे :
বিদ্যার্থীসকলৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাটো অতি আৱশ্যক