पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অনুমতি পত্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অনুমতি পত্র   বিশেষ্য

अर्थ : যিখন পত্র দেখুৱায় কোনো ব্যক্তি কোনো সংকটপূর্ণ পৰিস্থিতিৰ পৰা নিৰাপদে পাৰ হʼব পাৰে

उदाहरणे : অনুমতি পত্রৰ অবিহনে তোমাক ইয়াৰ পৰা যাবলৈ দিয়া নহʼব

समानार्थी : পাচ

अर्थ : একধৰণৰ অধিকাৰ পত্র যাৰ জৰিয়তে কোনো ব্যক্তি বা সামগ্রী কোনো ঠাইৰ পৰা বেলেগ ঠাইলৈ সৰবৰাহ কৰিব পৰা যায়

उदाहरणे : সামগ্রী বিদেশলৈ পঠোৱাৰ কাৰণে মই অনুজ্ঞাপত্র লাভ কৰিছোঁ

समानार्थी : অনুজ্ঞাপত্র

अर्थ : কোনো বিশেষ কাম কৰিবলৈ বা নিজৰ লগত কোনো বিশেষ বস্তু ৰাখিব কাৰণে প্রশাসনৰ দ্বাৰা দিয়া অধিকাৰ পত্র

उदाहरणे : মহেশে গাড়ী চলোৱাৰ লাইচেন্স লাভ কৰিছে

समानार्थी : লাইচেন্স

चौपाल