सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আৱশ্যক নোহোৱা অৱস্থা বা ভাব
उदाहरणे : কোনো বস্তুৰ আৱশ্যকতা আৰু অনাৱশ্যকতা তাৰ উপযোগিতাৰ ওপৰত নি্র্ভৰ কৰে
समानार्थी : অনাৱশ্যকতা, উপযোগহীনতা, নিৰ্্র্থ্্কতা
अर्थ : অযোগ্য হোৱা অৱস্থা বা ভাব
उदाहरणे : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
समानार्थी : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
स्थापित करा