सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অযোগ্য হোৱা অৱস্থা বা ভাব
उदाहरणे : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
समानार्थी : অদক্ষতা, অনিপুণতা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
अर्थ : উচিত বা উপযুক্ত নোহোৱা অৱস্থা
उदाहरणे : তেওঁৰ অনুপযুক্ততাৰ প্রতি কোনো মনোযোগ নাথাকে
समानार्थी : অনৌচিত্য
स्थापित करा