अर्थ : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
उदाहरणे :
তেওঁ সন্ত কবীৰৰ অনুগামী
समानार्थी : অনুগত
अर्थ : কাৰোবাক সমান আচৰণ কৰোতা
उदाहरणे :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
अर्थ : আজ্ঞাৰ পালন কৰোতা
उदाहरणे :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
समानार्थी : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক