अर्थ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
उदाहरणे :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
समानार्थी : অটল, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত
अर्थ : যিটো কৰা, ৰখা বা মানিলোৱা অতি আৱশ্যক
उदाहरणे :
পাঁচ নম্বৰ প্রশ্নটো বাধ্যতামূলক
समानार्थी : বাধ্যতামূলক