सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পৰিপক্ক নোহোৱা অৱস্থা বা ভাব
उदाहरणे : অদক্ষতাৰ কাৰণে শ্যামে এই কামটো ভালদৰে কৰিব নোৱাৰিলে
समानार्थी : অকুশলতা, অদক্ষতা, অপটুতা, অপ্রবীণতা
अर्थ : অযোগ্য হোৱা অৱস্থা বা ভাব
उदाहरणे : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
समानार्थी : অদক্ষতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
स्थापित करा