अर्थ : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
उदाहरणे :
জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
समानार्थी : অস্থায়িত্ব, নশ্বৰতা
अर्थ : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
उदाहरणे :
জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
समानार्थी : ক্ষণভঙ্গুৰতা