अर्थ : অলপো আঘাত বা ঢাক্কা নলগা
उदाहरणे :
দাঙ্গাত এজন আঘাতহীন যুৱকে আৱশ্যকীয় সকলোকে সহায় কৰি আছিল
समानार्थी : আঘাতহীন
अर्थ : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
उदाहरणे :
গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
समानार्थी : অক্ষত, আহত নোহোৱা-, ক্ষতিহীন