सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আস্থা বা শ্রদ্ধাৰ অভাৱ
उदाहरणे : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
समानार्थी : অশ্রদ্ধা, আস্থাৰহিত, শ্রদ্ধাৰহিত
अर्थ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি
उदाहरणे : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়
समानार्थी : অনাসক্তি, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি, বিৰাগ
स्थापित करा