सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
उदाहरणे : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
समानार्थी : অৱহেলিত, উপেক্ষিত, হেয়
अर्थ : যিটো উপেক্ষা কৰিবৰ যোগ্য
उदाहरणे : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
समानार्थी : অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়, উপেক্ষিত
अर्थ : যাক অপমান কৰা হৈছে
उदाहरणे : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
समानार्थी : অপমানিত, অৱহেলিত, উপেক্ষিত, নাকাল, লাঞ্ছিত
अर्थ : যাৰ আদৰ কৰা হোৱা নাই
उदाहरणे : অনাদৃত কবিজন মজলিচৰ পৰা উঠি গʼল
समानार्थी : অনাদৰিত
अर्थ : যাক তিৰস্কাৰ কৰা হৈছে
उदाहरणे : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
समानार्थी : উপেক্ষিত, তিৰস্কৃত
स्थापित करा