पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অনাচাৰী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অনাচাৰী   বিশেষণ

अर्थ : যি পাপ কৰে বা পাপ কৰোতা

उदाहरणे : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

समानार्थी : অধম, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

अर्थ : যি অত্যাচাৰ কৰে

उदाहरणे : কংস এজন অত্যাচাৰী শাসক আছিল

समानार्थी : অত্যাচাৰকাৰী, অত্যাচাৰী, উপদ্রৱকাৰী, উৎপীড়ক, জুলুমবাজ

चौपाल