सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দৃঢ়তাৰে নিৰন্তৰ কোনো কামত লাগি থকা কার্য
उदाहरणे : অধ্যৱসায়ৰ বলত একলব্য ধনুর্বিদ্যাত নিপুণ হৈ পৰিছিল
समानार्थी : পৰিশ্রম
अर्थ : কোনো কামত সিদ্ধি লভিবৰ কাৰণে কৰা কঠোৰ পৰিশ্রম
उदाहरणे : অর্জুনৰ ্সাধনাই তেওঁক এজন ্ডাঙৰ ধনুর্বিদ কৰি তুলিলে
समानार्थी : তপ, তপস্যা, সাধনা
स्थापित करा