अर्थ : পঢ়াত বিশেষ ধ্যান দিওঁতা
उदाहरणे :
অধ্যয়নশীল ৰমেশ সদায় ক্লাছত প্রথম হয়
अर्थ : লিখা-পঢ়াত লাগি থকা
उदाहरणे :
অনুগ্রহ কৰি অধ্যয়নশীল ছাত্রৰ অধ্যয়নত বাধাপ্রদান নকৰিব
अर्थ : অধ্যয়ন কৰা বা পঢ়ি থকাজন
उदाहरणे :
অধ্যয়নশীল ছাত্র কেতিয়াও অসফল নহয়