अर्थ : যিজনে অধ্যয়ন কৰে
उदाहरणे :
ভাল অধ্যয়নকাৰীয়ে যিকোনো বিষয়ৰ অধ্যয়ন খৰচিমাৰি কৰে
समानार्थी : অধ্যয়ন কর্তা, পঢ়ুৱৈ
अर्थ : যিজনে বিদ্যাশিক্ষা গ্রহণ কৰে
उदाहरणे :
এই শ্রেণীকোঠাত পঁচিশজন ছাত্র আছে
समानार्थी : ছাত্র, জ্ঞানার্থী, বিদ্যার্থী, শিক্ষার্থী, শিষ্য