अर्थ : অধ্যয়ন কৰা কোঠা
उदाहरणे :
সুধীৰে পঢ়া-কোঠাত বহি পঢ়ি আছে
समानार्थी : পঢ়া-কোঠা, পঢ়াকোঠা, ষ্টাডি ৰুম
अर्थ : যি ঠাইত বহি পাঠকসকলে কিতাপ, পত্রিকা আদি পঢ়ে
उदाहरणे :
শ্যামে নিজৰ বেছিভাগ সময় অধ্যয়নকক্ষত কিতাপৰ সৈতে পাৰ কৰে
समानार्थी : অধ্যয়নকক্ষ