सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি বহুত উৎকণ্ঠিত
उदाहरणे : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
समानार्थी : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
अर्थ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
उदाहरणे : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
समानार्थी : অস্থিৰ, চঞ্চল
अर्थ : কোনো কাম আদিত খৰধৰ লগোৱা
उदाहरणे : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
समानार्थी : অধীৰ, ব্যগ্র
स्थापित करा