पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অধীন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অধীন   ক্ৰিয়া বিশেষণ

अर्थ : অধিকাৰ, প্রভাৱ আদিত

उदाहरणे : শ্যামে মোৰ অধীনত কাম কৰে

অধীন   বিশেষণ

अर्थ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন

उदाहरणे : মই এই কামটো কৰিবৰ কাৰণে বাধ্য

समानार्थी : পৰবশ, বশীভূত, বাধ্য

अर्थ : যি কাৰোবাৰ বশীভূত হৈ আছে

उदाहरणे : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল

अर्थ : যি আনৰ অধীন

उदाहरणे : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

समानार्थी : গোলাম, পৰবশ, পৰাধীন

अर्थ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা

उदाहरणे : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল

समानार्थी : অধীনস্থ

चौपाल