अर्थ : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব
उदाहरणे :
সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
अर्थ : অধিপতি হোৱা অৱস্থা বা ভাব
उदाहरणे :
প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল
समानार्थी : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ
अर्थ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
उदाहरणे :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
समानार्थी : শক্তি