सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
उदाहरणे : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
समानार्थी : অনুক্ৰম, অনুলোম
अर्थ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
उदाहरणे : বেয়া গুণে মানুহৰ পতন ঘটায়
समानार्थी : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
अर्थ : কোনো বস্তু পেলাই দিয়া কার্য
उदाहरणे : কোনে এই ফলবোৰ পেলালে ?
समानार्थी : পেলোৱা
अर्थ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
उदाहरणे : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
समानार्थी : অধঃপাত, অৱনতি, পতন, স্খলন
स्थापित करा